টকিঅ অলিম্পিকত ভাৰতৰ জয়যাত্ৰা অব্যাহত,
কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতীয় মহিলা হকী দলটোৱে,
দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰিছে ভাৰতীয় দলটোৱে,
৪-৩গলৰ ব্যৱধানত বিজয় সাব্যস্ত কৰিছে ভাৰতীয় মহিলা হকী দলটোৱে।