sangbad lahar logo

কেৰালাত ভয়ংকৰ পৰিস্থিতিঃ ধাৰাসাৰ বৃষ্টিপাত-ভূমিস্খলনত ৯জনকৈ লোকৰ মৃত্যু…

কেৰালাত হোৱা ধাৰাসাৰ বৃষ্টিপাতৰ পাছত পৰিস্থিতি বেয়াৰ দিশে আগবাঢ়িছে। কিয়নো নেৰানেপেৰাকৈ হোৱা বৰষুণৰ ফলত ৰাজ্যখনৰ ভিন্ন প্ৰান্তত হৈছে ভূমিস্খলনৰ সৃষ্টি । ইডুক্কী আৰু কৌট্টায়ম জিলাত বৃষ্টিপাত আৰু ভূমিস্খলনৰ ফলত বৰ্তমানলৈ ৯জনকৈ লোকে হেৰুৱাইছে প্ৰাণ ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *