কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা উমানন্দ মুদৈ মৰাণক অব্যাহতি। সংগঠন বিৰোধী কাৰ্যকলাপ লিপ্ত থকাৰ অভিযোগত সংগঠনৰ পৰা অব্যাহতি দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতি,অসমে।