sangbad lahar logo

কামৰূপ যান-বাহন আৰক্ষীৰ চেকিঙৰ চকুত ধুলি দি পলায়ন কৰা যুৱকৰ বাবে উত্তৰ গুৱাহাটী ৰংমহলত পথ দুৰ্ঘটনা

কামৰূপ যান-বাহন আৰক্ষীৰ চেকিঙৰ চকুত ধুলি দি পলায়ন কৰা যুৱকৰ বাবে উত্তৰ গুৱাহাটী ৰংমহলত পথ দুৰ্ঘটনা ।চাৰি চকীয়া বাহনখনে ভুল পথে পলাবলৈ লওতেই সংঘটিত হ’ল দুৰ্ঘটনা ।স্কুটী আৰোহী আহত লোক জনক এৰি পলায়ন দুৰ্ঘটনা সংঘটিত কৰা বাহনৰ ।নাতি দুৰৈত কামৰূপ পৰিবহনৰ বিভাগে বাহন নিৰীক্ষণ কৰি থাকোতেই সংঘটিত হয় এই দুৰ্ঘটনা ।আহত বুবুল নামৰ লোক জনক চিকিৎসালয়লৈ প্ৰেৰণ ।যান বাহন আৰক্ষীয়ে দুৰ্ঘটনা দেখিও আগবাঢ়ি নাহিল সহায় কৰিবলৈ ।

Related Articles