কাব্যঋষি নীলমণি ফুকনৰ শেষকৃত্য সম্পন্ন ! গুৱাহাটীৰ ভূতনাথ শ্মশানত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয় অন্ত্যেষ্টিক্ৰিয়া …
কিছু সময় পূৰ্বে প্ৰয়াত কবি নীলমণি ফুকনৰ শেষকৃত্য সম্পন্ন কৰা হয়। অসমৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে ঋষিতুল্য কবি নীলমণি ফুকনৰ শেষকৃত্য গুৱাহাটীৰ ভূতনাথ শ্মশানত কৰা হয়।