ইনষ্টাগ্ৰামত গঁড়ৰ ফটোৰ সৈতে কাজিৰঙা সম্পৰ্কীয় ষ্টৰী প’ষ্ট কৰিলে অভিনেতাগৰাকীয়ে। অসমৰ ৰয়টাৰৰ ফটো সাংবাদিক আনোৱাৰ হাজৰিকাৰ ফটো সন্নিবিষ্ট কৰি দিয়ে প’ষ্ট।