কাইলৈ পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ অনুষ্ঠিত হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া।কামৰূপ জিলাত ১৪ পৰিষদত অনুষ্ঠিত হ’ব ৰাভা হাছঙৰ পৰিষদীয় নিৰ্বাচন।কামৰূপ জিলাত মুঠ ৪৪ গৰাকী প্ৰাৰ্থীয়ে এইবেলি কামৰূপ জিলাত ১৪ টা পৰিষদীয় সমষ্টিত মুঠ ভোটাৰ ১,৬৮,৬,৬৮ গৰাকী নিৰ্বাচনত অৱতীৰ্ণ হৈছে।কামৰূপ জিলাৰ পৰিষদীয় নিৰ্বাচনত মুঠ ২০৯ টা ভোটকেন্দ্ৰ আছে।মুঠ ২০৯ টা ভোটকেন্দ্ৰৰ বাবে নিৰ্বাচনী বিভাগে মুঠ কামৰূপ জিলাৰ পৰিষদীয় নিৰ্বাচনত মুঠ ২০৯ টা ভোটকেন্দ্ৰ আছে।

মুঠ ২০৯ টা ভোটকেন্দ্ৰৰ বাবে নিৰ্বাচনী বিভাগে মুঠ ১০২০ গৰাকী প্ৰিজাইডিং আৰু পুলিং অফিচাৰ
নিয়োগ কৰিছে।ইয়াৰে ১০ টা ভোটকেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত কৰা হব আৰু এটা ভোটকেন্দ্ৰ বিশেষ ভাৱে সক্ষম লোকে পৰিচালিত হব।কোইলৈ ৰাভা হাচংৰ নিৰ্বাচন শান্তিপূৰ্ণ ভাৱে পৰিচালিত কৰাৰ বাবে নিৰ্বাচনী বিভাগে প্ৰায় ৬০০ অসম আৰক্ষীৰ লোক নিয়োজিত কৰিছে।ইয়াৰে ১০ টা ভোটকেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত কৰা হব আৰু এটা ভোটকেন্দ্ৰ বিশেষ ভাৱে সক্ষম লোকে পৰিচালিত হব।কাইলৈ ৰাভা হাচংৰ নিৰ্বাচন শান্তিপূৰ্ণ ভাৱে পৰিচালিত কৰাৰ বাবে নিৰ্বাচনী বিভাগে প্ৰায় ৬০০ অসম আৰক্ষীৰ লোক নিয়োজিত কৰিছে।জিলা খনৰ কিছুভোটকেন্দ্ৰ অসম মেঘালয় সীমান্তত অৱস্থিত হোৱা বাবে নিৰ্বাচনী বিভাগে চি আৰ পি বাহিনীও সাজু কৰি ৰাখিছে।পুৱা ৮ বজাৰ পৰাআমিনগাওঁৰ কামৰূপ জিলা সংহত কাৰ্যলয়ৰ পৰা বেলট সমূহ প্ৰদান কৰা হয়।বেলট বক্স সহ যাৱতীয়সামগ্ৰীলৈ গন্তব্য স্থানলৈ যাত্ৰা কৰিছে পুলিং, প্ৰিজাইডিং আৰু আৰক্ষীৰ লোক |জিলাখনত শান্তিপূৰ্ণ প্ৰক্ৰিয়াৰে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ জিলা প্ৰশাসনে গ্ৰহণ কৰিছে যাৱতীয় সকলো ব্যৱস্থা।জিলা আয়ুক্ত কাৰ্যালয়ৰ বাকৰিত স্থাপন কৰা হৈছে বিশেষ নিয়ন্ত্ৰণ কক্ষ