কাইলৈ সমগ্ৰ ভাৰতত বাজি উঠিব যুদ্ধৰ ছাইৰেন।পাকিস্তানৰ বিৰুদ্ধে যুদ্ধৰ বাবে সম্পূৰ্ণ সাজু ভাৰতীয় সেনা।ৰাজ্যই ৰাজ্যই জাৰি কৰা হ’ব BLACK OUT।কাইলৈ সমগ্ৰ দেশজুৰি যুদ্ধকালীন অনুশীলন।ভাৰত-পাকিস্তানৰ মাজত যিকোনো মুহূৰ্তত হ’ব পাৰে যুদ্ধৰ পৰিৱেশ।৫টা নিৰ্দেশনাৰে ৰাজ্যই ৰাজ্যই হ’ব মকড্ৰীল।সাধাৰণ নাগৰিক আৰু শিক্ষার্থীক প্ৰদান কৰা হ’ব যুদ্ধকালীন প্রশিক্ষণ।এয়াৰ ষ্ট্ৰাইক হ’লে নিৰাপদ স্থানলৈ নিবলৈ ল’ব লগা ব্যৱস্থাৰ চলিব আখৰা।
