sangbad lahar logo

কলাই গাঁৱত স্বাস্থ্য বিভাগে প্ৰসাশনৰ সহযোগত কৰিলে ৰেপিড টেষ্ট…

ওদালগুৰি জিলাৰ কলাই গাওঁ চহৰত স্বাস্থ্য বিভাগে কলাই গাওঁ আৰক্ষী প্ৰশাসনৰ সহযোগত ক’ভিড মহামাৰী যাতে চহৰখনৰ পৰা সম্পূৰ্ণ ৰূপে নিৰ্মূল হয় তাৰ প্ৰতি লক্ষ্য ৰাখি যান বাহন ৰাখি ৰেপিড টেষ্ট কৰোৱায় । শতাধিক লোকক পথৰ ওপৰত এজন এজনকৈ ক’ভিড টেষ্ট কৰায় । আনহাতে ক’ভিড বিধি উলংঘা কাৰি সকলৰ ওপৰত কঠোৰ হোৱা দেখা যায় কলাই গাঁও আৰক্ষী প্ৰশাসন ।

ভেৰগাওঁৰ পৰা তীৰ্থ শৰ্মাৰ ৰিপৰ্ট ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *