sangbad lahar logo

ক’ভিড বিজয়ী এগৰাকী ৯০ বছৰীয়া ককা

সংবাদ লহৰ , ডিজিটেল ডেস্ক— ক’ভিড বিজয়ী ককা । গুৱাহাটী ক্লাব নিবাসী ৯০ বছৰীয়া ক’ভিড বিজয়ী ককাজনৰ নাম কাশীৰাম নাথ । ভৰ্তি কৰোৱাৰ সময়ত অক্সিজেন দিব লগা হৈছিল , ১০ দিনে অক্সিজেন দি আছিল ককাক , গুৰুত্বৰ আছিল দেহৰ অৱস্থা কিন্তু মনোবল হেৰুৱা নাছিল ককাই ।
১৭ দিনৰ পাছত আহিল ভাল খৱৰ ককা নিগেটিভ ।৯ জুলাই তাৰিখে ভৰ্তি হৈছিল উশাহ লোৱাত কষ্ট , দুৰ্বল আৰু ভাগৰ লাগে লগতে মধুমেহ ৰোগ আছিল ককাৰ , কিন্তু আজি covid জয় কৰি ঘৰলৈ যাব ককা ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *