
ক’ভিদক লৈ ৰাজ্য চৰকাৰৰ নতুন SOP , এই এছ অ পি অনুযায়ী এতিয়াৰে পৰা নিশা ১১বজালৈকে বৃদ্ধি কৰা হৈছে সান্ধ্য আইনৰ সময়সীমা।১০বজালৈকে খুলিব পাৰিব ব্যৱসায়িক প্ৰতিষ্ঠান।এতিয়াৰে পৰা সান্ধ্য আইন প্ৰযোজ্য হ’ব নিশা ১১বজাৰ পুৱা ৫বজালৈ। বাকী প্ৰায় সকলো নিয়ম পূৰ্বৰ দৰেই থাকিব বাহাল।