কণ্ঠ শিল্পী গায়ত্ৰী হাজৰিকা আৰু নাই। ৪৫ বছৰ বয়সত এক জটিল ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে “সৰা পাতে পাতে” আৰু বহুতো সুন্দৰ সুন্দৰ গীত গাই সমাদৰ লাভ কৰা জনপ্ৰিয় কণ্ঠ শিল্পী গৰাকীয়ে।