sangbad lahar logo

ওদালগুৰি ভেৰগাঁৱৰ ভাৰত-ভূটান সীমান্তৰ ভূটিয়াচাং চাহ বাগিছাত ভয়ংকৰ অগ্নিকাণ্ড  ।

ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হৈ সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড ।

নিশা ভূটিয়াচাং চাহ বাগিছাৰ ১৩ নং লাইনৰ বন্ধনা মাহিলী আৰু জোছেফ ওৰাং নামৰ পৰিয়াল দুটাৰ ৫ টা বাসগৃহ জ্বলি পুৰি ছায় হয় ।

অগ্নিকাণ্ডত দুয়োটা পৰিয়ালৰ প্ৰায় ১০ লক্ষাধিক টকাৰ সা-সামগ্ৰী ভস্মীভূত হয় । নিশা অগ্নি নিৰ্বাপাক বাহিনী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় ।

Related Articles