sangbad lahar logo

এতিয়াৰে পৰা অসমত চলিব কেৱল তাঁতশালত বোৱা গামোচা! বন্ধ হ’ব মেচিনত উৎপাদিত গামোচা।

মাঘ বিহুৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। এতিয়াৰে পৰা অসমত চলিব কেৱল তাঁতশালত বোৱা গামোচা! বন্ধ হ’ব মেচিনত উৎপাদিত গামোচা। পাৱাৰ লুমৰ বিৰুদ্ধে চলিব অভিযান। ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিললৈ পাৱাৰ লুমৰ বিৰুদ্ধে অভিযান চলিব।

Related Articles