এটা পাৰ চৰাইৰ বাবে এটা নৃশংস হত্যাকাণ্ড । ক’ত সংঘটিত হৈছে এই ঘটনা ?

এটা পাৰ চৰাইৰ বাবে এটা নৃশংস হত্যাকাণ্ড ।
নিজ ককায়েকে মৰিয়াই মৰিয়াই হত্যা কৰিলে নিজ ভাতৃক ।
নুমলীগড়ৰ মৰঙিত নিশা লোমহৰ্ষক হত্যাকাণ্ড ।
সুৰামত্ত অৱস্থাত যদু বৰাক হত্যা লাতুমণি বৰাৰ ।
এটা পাৰ চৰাই মাৰি খোৱাৰ বাবে এই জঘন্য কাণ্ড ।
হত্যাকাৰী লাতুমণি বৰাক গ্ৰেপ্তাৰ বগীজান আৰক্ষীৰ ।