এগৰাকী মহিলা নিৰুদ্দেশকলৈ তীব্ৰ উত্তেজনা গোৰেশ্বৰত…

গোৰেশ্বৰৰ কলবাৰীত এগৰাকী মহিলা নিৰুদ্দেশকলৈ তীব্ৰ উত্তেজনা
সোমবাৰে সন্ধিয়া পৰা নিৰুদ্দেশ হৈ আছিল মমী ৰাজবংশী।
ঘৰৰ পিছফালৰ পথাৰত গৰু নিবলৈ আহি নিৰুদ্দেশ হয় মহিলাগৰাকী ।
মহিলা গৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ চুবুৰীয়া ৰাইজৰ ।
ঘটনাস্থলীত গোৰেশ্বৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।
আৰক্ষীয়ে সোধপোচৰ বাবে আটক কৰে এজন যুৱকক।
আটকাধীন যুৱকজনৰ নাম কল্যাণ ৰাজবংশী।
অভিযুক্ত যুৱকজনৰ ঘৰ উত্তেজিত ৰাইজে ভাঙি লণ্ড ভণ্ড কৰে।
ধৃত যুৱকজন পূৰ্বৰে পৰা বিভিন্ন অপৰাধজনিত কাৰ্যত জড়িত।
হাবিৰ মাজত আৰক্ষীয়ে স্ফিনাৰ ড’গলৈ অভিযান অব্যাহত ৰাখিছে।

গোৰেশ্বৰৰ, 06 May, 2025