sangbad lahar logo

এখন ভুৱা আধাৰ কাৰ্ড আপুনি কেনেকৈ চিনাক্ত কৰিব ?

Digital desk// পোন প্ৰথমে আপুনি আধাৰৰ ৱেব চাইট https://resident.uidai.gov.in/aadhaarverification Login কৰক।
ইয়াত প্ৰথমে আধাৰ ভেৰিফিকেশ্যন পেজ অ’পেন হ’ব।
আৰু তাতেই আপোনাৰ আধাৰ কাৰ্ড নম্বৰ ভৰ্তি কৰিব লাগিব।
১২ ডিজিটৰ আধাৰ নম্বৰ এণ্টাৰ কৰাৰ পিছত কেপ্চাটো নংটো পূৰ্টি কৰক।
তাৰ পিছত ভেৰিফাই অপচনত ক্লীক কৰক।
যদিহে আপোনাৰ আধাৰ নম্বৰ শুদ্ধ তেন্তে নতুন এখন পেজ অ’পেন হ’ব আপোনাৰ স্কীৰ্নত ।
আৰু আপোনাৰ ৰেজিষ্টাৰ ম’বাইল নম্বৰলৈ পোনচাতেই এটি মেছেজ যাব।
যদিহে আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ ভুৱা তেন্তে,ইয়াক ইনভেলিড দেখাব।
আৰু এইদৰে সহজতে ঘৰত বহিয়েই আপোনাৰ আধাৰ কাৰ্ডখন এইদৰে আচল নে নকল চাব পাৰিব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *