
বঙাইগাঁৱৰ কিষান বজাৰত ড্ৰাগছৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ অভিযান। গোপন সূত্ৰৰ পম খেদি ড্ৰাগছ ব্যৱসায়ী আলতাৱ আলীক আটক বঙাইগাঁও আৰক্ষীৰ।আলতাৱ আলীৰ পৰা চাবোনৰ কেছত ১২ গ্ৰাম ভৰ্তি ড্ৰাগছ আৰু এখনি বাইক জব্দ কৰে বঙাইগাঁও আৰক্ষীয়ে। আলতাৱৰ লগত ড্ৰাগছ ব্যৱসায়ত জৰিত আৰু বহুকেইজনৰ বিৰুদ্ধে বৰ্তমান চলি আছে অভিযান। পৰৱৰ্তী সময়ছোৱাত আৰু ড্ৰাগছ ব্যৱসায়ী কৰায়ত্ব কৰিব বুলি জনায় বঙাইগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপেন কলিতাই।
36 Comments