দেশখনত ৰেল দূৰ্ঘটনা এতিয়া সাধাৰণ ঘটনা । উৰিষ্যাৰ ৰেল দুৰ্ঘটনাৰ পিছত এইবাৰ ৰাজ্যৰ কামৰূপ জিলাৰ বকো শিংৰাত সংঘটিত হয় ৰেল দুৰ্ঘটনা । WDG4G 49441 নম্বৰৰ মালবাহী ৰেলগাড়ীখন ১০ টাকৈ কয়লাভৰ্তি দবা লাইনচুত্য হয় ।