sangbad lahar logo

উৎকোচ লৈ থকা অৱস্থাত হাতে লোটে গ্ৰেপ্তাৰ মণ্ডল…

মুখ্যমন্ত্ৰীৰ সকিয়নীকো কেৰেপ নকৰা এগৰাকী লাট মণ্ডল। গা নলৰিল এইবাৰ কোকৰাঝাৰৰ লাট মণ্ডলৰ ৷ কোকৰাঝাৰ ৰাজহ চক্ৰৰ লাট মণ্ডল মহিদুল ইছলামক উৎকোচ লৈ থকা অৱস্থাত হাতে লোতে গ্ৰেপ্তাৰ আৰক্ষীৰ। এজন খাটি খোৱা সাধাৰণ লোকৰ মাটিৰ নামজাৰিৰ বাবদ ৫,০০০ টকা উৎকোচ লৈ থকাৰ সময়তে আটক লাট মণ্ডল মহিদুল ইছলাম ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *