sangbad lahar logo

উপ নিৰ্বাচনত পাঁচোটা সমষ্টিতে জয়ৰ দিশে বিজেপি মিত্ৰজোঁট…

উপ নিৰ্বাচনত পাঁচোটা সমষ্টিতে বিজেপি মিত্ৰজোঁট আগবাঢ়িছে জয়ৰ দিশে। থাওৰাত বিজেপিৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁই আগবাঢ়ি আছে। অষ্টম ৰাউণ্ডৰ ভোটগণনাৰ অন্তত সুশান্ত বৰগোহাঁই ৰাইজৰ দলৰ ধৈৰ্য কোঁৱৰতকৈ ১৮৯৮৪টা ভোটত আগবাঢ়ি আছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *