sangbad lahar logo

উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ স্বাস্থ্যৰ অৱনতি…

উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ শাৰিৰীক অৱস্থা পুনৰ সংকটজনক। তেওঁক জীৱন সহায়ক প্ৰণালীৰ দ্বাৰা জীৱিত ৰখা হৈছে। কিছু দিনৰ পূৰ্বে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি নাড্ডাকে ধৰি জ্যেষ্ঠ বিজেপি নেতাসকলে তেওঁৰ স্বাস্থ্যৰ বুজ ল’বলৈ হাস্পাতালত উপস্থিত হৈছিল। বুধবাৰে এছজিপিজিআইয়ে তেওঁৰ স্বাস্থ্যৰ বিষয়ে তথ্য প্ৰকাশ কৰা মতে ৰাজস্থানৰ প্ৰাক্তন ৰাজ্যপাল কল্যাণ সিঙৰ অৱস্থা অতি সংকটজনক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *