sangbad lahar logo

উত্তৰ গুৱাহাটী ৰূদ্ৰেশ্বত চোৰৰ GOOD MORNING

নিউজ ডেস্ক : উত্তৰ গুৱাহাটী ৰূদ্ৰেশ্বত চোৰৰ GOOD MORNING ।লোহা টিঙ বেপাৰীৰ বেশত চোৰ কৰিবলৈ আহি ধৰা পৰিল ৰাজু আলি আৰু ইছমাইল হুছেইন ।গৰাকী নথকা ঘৰত চোৰ কৰি হাতে লোটে ধৰা পৰা দুই চোৰক ৰাইজে দিলে ধুমকিল ।ৰাইজৰ প্ৰহাৰত উদ্ধাৰ হল এল ই ডি টিভি , গেছ চিলিণ্ডাৰ । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে দুই চোৰক ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *