sangbad lahar logo

উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ দুৰ্ঘটনা ..

সুৰাপান  কৰি গাড়ী চলাই  চালকে শুৱালকুচিৰ পৰা মঙলদৈ অভিমুখে গৈ আছিল AS01FL4544 নম্বৰৰ ওৱেগেনাৰ বাহনখন । কোনোমতে প্ৰাণ  ৰক্ষা পৰিল  দুই  আৰোহীৰ ।                             

Related Articles