sangbad lahar logo

উত্তৰ গুৱাহাটীৰ লেঙা গাওঁৰ কেশৱ দাস, টেম্পো চালক হৈয়ো সংগীতৰ যোগেদি হৃদয় জিনিছিল অসমবাসীৰ, কেশৱ সাজু হৈছে বিহু মঞ্চ কঁপাবলৈ…

সমাগত অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু । বিহু মঞ্চত সংগীত পৰিৱেশনৰ বাবে সাজু হৈছে ৰাজ্যৰ শিল্পী সকল । সমান্তৰালকৈ আখৰাত ব্যস্ত হৈছে উত্তৰ গুৱাহাটীৰ লেঙা গাওঁৰ কেশৱ দাস । জীৱন -যাপনৰ তাৰনাত পেচাত এগৰাকী টেম্পো চালক কেশৱ দাস । তাৰ মাজতে আগুৱাই নিছে সংগীত সাধনাৰ যাত্ৰা । বিশেষভাৱে জুবিন গাৰ্গৰ সংগীত চৰ্চা কৰা শিল্পী কেশৱে কেইবাখনো বিহু সমিতিৰ লগত অনুষ্ঠান পৰিৱেশনৰ বাবে চুক্তিবদ্ধ হৈছে ।

Related Articles