উত্তৰ গুৱাহাটীদীৰ্ঘেশ্বৰী খণ্ড বন বিষয়া” কাৰ্যালয়ৰ প্ৰংশসনীয় প্ৰদক্ষেপ…

উত্তৰ গুৱাহাটীদীৰ্ঘেশ্বৰী খণ্ড বন বিষয়া” কাৰ্যালয়ৰ প্ৰংশসনীয় প্ৰদক্ষেপ।দীৰ্ঘেশ্বৰী খণ্ড বন বিষয়া নয়নমণি দাসৰ নেতৃত্বত জব্দ কৰিলে সংৰক্ষিত বনাঞ্চলৰ পৰা অবৈধ ভাৱে বৃহৎ পৰিমাণৰ মূল্যৱান শাল গছৰ কুণ্ডা।সন্ধিয়া বনবিষয়া গৰাকীয়ে শাল গছৰ কুণ্ডা সৰবৰাহ কৰা খবৰ পাই বিভাগৰ কৰ্মচাৰীৰ লগত লৈ সৰবৰাহ কৰি থকা অৱস্থাত জব্দ কৰে গছৰ কুণ্ডা সমূহ।অৱশ্যে বন ধংস কৰা বনমাফিয়া সমূহ পলাই যাবলৈ সক্ষম হয়।ইতিমধ্যে বনবিভাগৰ তৰফৰ পৰা গোচৰ ৰুজু কৰি তদন্ত কৰি আৰম্ভ কৰিছেবনবিষয়া গৰাকীয়ে।অতিশীঘ্ৰে বন ধংস কৰা বনমাফিয়া আটক কৰা হব বুলি সাংবাদিকৰ আগত জানিব দিয়ে বিষয়াগৰাকীয়েবৰ্তমান শাল গছৰ কুণ্ডা সমুহ দীৰ্ঘেশ্বৰী খণ্ড বন বিষয়া কাৰ্যলয়ত ৰখা হৈছে।