sangbad lahar logo

উত্তৰ গুৱাহাটীত মানৱ সমাজক লজ্জানত কৰা ঘটনা ।  অবৈধ মাতৃত্বৰ বোজা সহিব নোৱাৰি নিজ সন্তানক বে. চা. ৰ অভিযোগ ।

নিজ মাতৃয়ে নিজ সন্তানক ধনৰ বিনিময়ত বেচাৰ অভিযোগ ।

তিনি লাখ টকাৰ বিনিময়ত নৱজাতকক বেচাৰ অভিযোগ জন্মদাত্ৰী মাতৃৰ বিৰুদ্ধে ।

ঘটনাৰ লগত উত্তৰ গুৱাহাটীৰ গিতু হাজৰিকা নামৰ এগৰাকী যুৱতী জড়িত থকাৰ গুৰুত্ত্বৰ অভিযোগ ।

অবৈধ মাতৃত্ত্বৰ বোজা সহিব নোৱাৰি নিজ সন্তুানক বেচাৰ অভিযোগ ।

স্থানীয় ৰাইজৰ তত্ত্বাৱধনাত পোহৰলৈ আহে সমগ্ৰ ঘটনা ।

ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে খবৰ দিয়ে উত্তৰ গুৱাহাটী আৰক্ষী থানাত ।

ৰাইজৰ অভিযোগ আওকাণ কৰি ঘটনা সন্দৰ্ভত উত্তৰ গুৱাহাটীৰ আৰক্ষী থানাত কোনোধৰণৰ উচিত  ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ।

কামৰূপ শিশু সুৰক্ষা গোটে ঘটনা সন্দৰ্ভত তদন্ত কৰি নৱজাতকটো উদ্ধাৰ কৰে ।

Related Articles