sangbad lahar logo

উত্তৰ গুৱাহাটীত পুণৰ নিয়ন্ত্ৰণহীন ডাম্পাৰৰ বলি এজন টেম্পো চালক ।

টেম্পো চালক বাবলু ৰাজখোৱাক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

আহত টেম্পো চালক জনৰ টেম্পো খনৰ বিস্তৰ ক্ষতি হয় ।

পথত দমাই থোৱা বালি মাটিৰ বাবে আন এক দুৰ্ঘটনাত অভিজিৎ দাস নামৰ আন এজন লোক গুৰুতৰভাবে আহত হয় । 

আহত অভিজিৎ দাসক জি এন আৰ চিত ভৰ্তি কৰা হয় ।

ইতিমধ্যে ডাম্পাৰৰ বাবে দুজন লোকৰ প্ৰাণহানিৰ লগতে আন কেইবাজনো চিকিৎসালয়ৰ বিছনাত আছে ।

ডাম্পাৰ, টেক্ট্ৰৰৰ দৌৰাত্ম নিয়ন্ত্ৰণত ব্যৰ্থ কামৰূপ আৰক্ষী আৰু পৰিবহন বিভাগ ।

Related Articles