sangbad lahar logo

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা ৷ দলৈ সমাজক দিলে কামাখ্যা মন্দিৰ পৰিচালনাৰ দায়িত্ব ৷

গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশ খাৰিজ উচ্চতম ন্যায়ালয়ৰ ৷

এতিয়াৰে পৰা দান-বৰঙণি জমা কৰিব দলৈ সমাজে, মন্দিৰৰ সামগ্ৰিক কাম-কাজ পৰিচালনাৰ দায়িত্ব অৰ্পণ দলৈ সমাজক ৷

পূৰ্বে কামৰূপ মহানগৰ প্ৰশাসনক কৰ্তৃত্ব প্ৰদান কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷

Related Articles