
অভিলেখ : – তিনি মাহত প্ৰথমবাৰ টেছলাই অৰ্জন কৰিলে এক বিলিয়ন ডলাৰৰ মুনাফা….
আমেৰিকাৰ সৰ্ববৃহৎ বৈদ্যুতিক গাড়ী নিৰ্মাতা কোম্পানী টেছলাই প্ৰথমবাৰৰ বাবে তিনি মাহত এক বিলিয়ন ডলাৰতকৈ অধিক পৰিমাণৰ মুনাফা অৰ্জন কৰিলে । বিত্তীয় বৰ্ষৰ দ্বিতীয়টো ত্ৰিমাহিকত বৈদ্যুতিক গাড়িৰ অভিলেখসংখ্যক বিক্ৰীৰ জৰিয়তে এলন মাস্ক মালিকানাধীন টেছলাই ১.১ বিলিয়ন ডলাৰৰ মুনাফা অৰ্জন কৰিলে ।