sangbad lahar logo

ইৰাকৰ অল-হমদানিয়া জিলাত শোকাৱহ ঘটনা । এখন বিৱাহ অভ্যৰ্থনা অনুষ্ঠানত বিধ্বংসী অগ্নিকাণ্ড ।

অগ্নিকাণ্ডত ১১৫ জনতকৈও অধিক লোকৰ মৃত্যু ।

আহত হৈছে ডেৰ শতাধিক লোক ।

মৃতকৰ ভিতৰত আছে দৰা-কইনাও ।

আতচবাজীৰ পৰা জুইৰ সূত্ৰপাতৰ সন্দেহ ।

Related Articles