sangbad lahar logo

ইটাখোলাৰ বিভিন্ন প্ৰান্তত বিজয়া দশমীৰ মাজেৰে দেৱীক বিসৰ্জন।

দেশ ৰাজ্য তথা বিভিন্ন স্থানৰ লগতে ইটাখোলাতো বিজয়া দশমীৰ দিনাখন দিয়া হ’ল দেৱী বিসৰ্জন। উৎসৱমুখী পৰিবেশৰ মাজেৰে দেৱীৰ পূজা সম্পন্ন কৰি আজি নৃত্য-গীতৰ মাজেৰে দেৱী দুৰ্গাক বিসৰ্জনৰ দিয়া পৰিলক্ষিত হয়। সমগ্ৰ দেশৰ লগতে বিশ্বনাথ জিলাৰ ইটাখোলাস্থিত দিকৰাই নদীতো বহু উৎসাহ আনন্দৰে ইটাখোলা অঞ্চলৰ ভক্তগণে দুৰ্গতিনাশিনী দূৰ্গাদেবীক বিসৰ্জন দিয়ে ।বিগত চাৰি দিন ধৰি জাক জমকতাৰে তথা চৰকাৰী নিয়ম নীতিৰ মাজেদি উৎসব ভাগ উদযাপন কৰি আজি সফল ভাবে পূজা ভাগ সম্পন্ন কৰে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *