sangbad lahar logo

ইকবাল হুছেইনক গ্ৰেপ্তাৰ,বাংলাদেশৰ হিংসাত্মক ঘটনাৰ মূল অভিযুক্ত আছিল ইকবাল হুছেইন…

ইকবাল হুছেইন

বাংলাদেশত হিন্দু আক্ৰমণৰ আঁৰত আছিল ইকবাল হুছেইন। পূজা মণ্ডপত থৈ আহিছিল কোৰান। চিচি টিভিৰ ফুটেজ পৰীক্ষা কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই কাণ্ডৰ মূল অপৰাধী ইকবাল হুছেইনক । বাংলাদেশ আৰক্ষীয়ে কক্স বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে ইকবালক ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *