পুনৰ টকিঅ’ৰ পৰা আহিল এক ভাল খবৰ। আৰ্চেৰীৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতীয় খেলুৱৈ অতনু দাসে।চীনৰ খেলুৱৈ টাইপিছ ডেংগ ইউ-চেংগক ৩২ ৰাউণ্ডৰ মেচত পৰাস্ত কৰে অতনু দাসে।