sangbad lahar logo

আৰক্ষীৰ গুলীত গুলীবিদ্ধ নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিন্টু শৰ্মাৰ…

ধেমাজি আৰক্ষীৰ অস্ত্ৰ কাঢ়ি লৈ পলাবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে গুলীয়াই অপৰাধী ৰিংন্টু শৰ্মাক। নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিন্টু শৰ্মাই আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰিছিল, সেই সময়তে পলাবলৈ বাধা দিবলৈ ধেমাজি আৰক্ষীয়ে গুলীচালনা কৰে ৰিন্টু শৰ্মাক ।

এছডিজিপি জি পি সিঙে টুইটাৰযোগে সদৰি কৰিছে এই কথা। আঘাতপ্ৰাপ্ত ৰিন্টু শৰ্মাক লৈ যোৱা হৈছে অসম মেডিকেল কলেজলৈ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *