তিনিচুকীয়া আৰক্ষীৰ ওচৰত চন্দন মৰাণৰ আ. ত্ম. স. ম. ৰ্প. ণ. ।
কাকপথাৰৰ সৰুমেছাইত ঘৰ কেডাৰগৰাকীৰ ।
সম্প্ৰতি তিনিচুকীয়া আৰক্ষীয়ে জেৰা চলাই আছে চন্দন অসমক ।