sangbad lahar logo

আমিনগাঁও উৰণীয়া সেঁতুৰ সন্মুখত ভয়ংকৰ দুৰ্ঘটনা । চলন্ত অৱস্থাতে গাড়ীৰ চকাত লাগিল জুই ।

চলন্ত অৱস্থাতে ডি আই গাড়ীৰ চকাত জুই লাগি চকা উলাই  যায় ।

গুৱাহাটীৰ পৰা বাইহাটা চাৰিআলি অভিমুখে আহি আছিল ডি আই  বাহনখন ।

দুৰ্ঘটনা সংঘটিত হোৱা ডি আই বাহনখনৰ নম্বৰ AS01FC3650

ভয়ংকৰ বিপদৰ পৰা কোনোমতে ৰক্ষা পৰে অন্য বাহনসমূহ ।

Related Articles