
ডিজিটেল ডেক্ম : এন্দ্ৰিয়া গেযৰ নাম ঘোষণা হোৱাৰ পিচদিনা আন দুগৰাকী মহিলা বিজ্ঞানী, ফৰাচী মাইক্ৰবায়লজিষ্ট ইমানুৱেল চাৰপেণ্টিৰ সৈতে আমৰিকাৰ প্ৰফেচাৰ জেনিফাৰ ডোডনাৰ নাম ঘোষিত হয় ২০২০ চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা বিজয়ী হিচাপে৷
ফৰাচী মাইক্ৰবায়লজিষ্ট ইমানুৱেল চাৰপেণ্টিৰ সৈতে আমৰিকাৰ প্ৰফেচাৰ জেনিফাৰ ডোডনা, ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা বিজয়ী
৭ অক্টোবৰ ২০২০ লৈকে মহিলা নোবেল বঁটা বিজয়ীসকল (চন/নাম/দেশ/বিষয়)
১৯০৩ মেৰি কুৰি ফ্ৰান্স-পোলেণ্ড পদার্থ বিদ্যা
১৯০৫ বার্থা ভন চুটনাৰ অষ্ট্ৰিয়া-হাংগেৰি শান্তি
১৯০৯ চেলমা লাগেৰফ চুইডেন সাহিত্য
১৯১১ মেৰি কুৰি ফ্ৰান্স-পোলেণ্ড ৰসায়ন
১৯২৬ গ্ৰাজিয়া ডেলেডা ইটালি সাহিত্য
১৯২৮ চিগৰিড আণ্ডচেট সাহিত্য
১৯৩১ জেন আদামচ আমেৰিকা শান্তি
১৯৩৫ আইৰিণ জলিয়ট-কুৰি ৰসায়ন বিজ্ঞান
১৯৩৮ পার্ল এচ বাক আমেৰিকা সাহিত্য
১৯৪৫ গেব্ৰিয়ালা মিষ্ট্ৰেল চিলি সাহিত্য
১৯৪৬ এমিলি গ্ৰীণ বালচ শান্তি
১৯৪৭ গার্লি তেৰেচা কোৰি আমেৰিকা ফিজিয়লজি বা মেডিচিল
১৯৬৩ মাৰিয়া গিপার্ট-মায়েৰ আমেৰিকা পদার্থ বিজ্ঞান
১৯৬৪ ডৰথী ক্ৰফুট হদকিন ইউকে ৰসায়ন বিজ্ঞান
১৯৬৬ নেলি চাচ চুউডেন জার্মানী সাহিত্য
১৯৭৬ বেটি উইলিয়ামচ আৰু মেইৰিড মাগুইৰে ইউকে শান্তি
১৯৭৭ ৰাজালিন চুচান য়ালো আমেৰিকা ফিজিয়লজি বা মেডিচিল
১৯৭৯ মাদাৰ টেৰেচা ভাৰত য়ুগোশ্লাভিয়া শান্তি
১৯৮২ আলভা মিৰডাল চুইডেন শান্তি
১৯৮৩ বাৰবাৰা মেকক্লিনটক আমৰিকা ফিজিয়লজি বা মেডিচিল
১৯৮৬ ৰিতা লেভি-মনটাটচিনি ইটালি আমেৰিকা ফিজিয়লজি বা মেডিচিল
১৯৮৮ গার্ট্ৰুড বি ইলিয়ন আমৰিকা ফিজিয়লজি বা মেডিচিল
১৯৯১ নাদিন গর্ডিমাৰ দক্ষিণ আফ্ৰিকা সাহিত্য
১৯৯১ আং চাং চু কি ম্যানমাৰ শান্তি
১৯৯২ ৰিগোবার্টা মেনচু গুৱাটেমেলা শান্তি
১৯৯৩ টনি মৰিচন আমেৰিকা সাহিত্য
১৯৯৫ ক্ৰিষ্টিয়ানে নুচলি-ভলহার্ড জার্মানী ফিজিয়লজি বা মেডিচিল
১৯৯৬ ৱিচলাৱা জিমবর্চকা পোলেণ্ড সাহিত্য
১৯৯৭ জোডি উইলিয়ামচ অমেৰিকা শান্তি
২০০৩ শ্বিৰিণ ইবাডি ইৰাণ শান্তি
২০০৪ এলফ্ৰিডি জেলিনেক অষ্ট্ৰিয়া সাহিত্য
২০০৪ ৱাংগাৰি মাথাই কেনিয়া শান্তি
২০০৪ লিণ্ডা বি বাক আমৰিকা ফিজিয়লজি বা মেডিচিল
২০০৭ ডৰিচ লেচিং ইউকে সাহিত্য
২০০৮ ফ্ৰাচোঁৱা বাৰ-চিনু ফ্ৰান্স ফিজিয়লজি বা মেডিচিল
২০০৯ এলিজাবেথ ব্লেকবার্ণ অষ্ট্ৰেলিয়া আমৰিকা ফিজিয়লজি বা মেডিচিল
২০০৯ কেৰল ডব্লিউ গ্ৰেইডাৰ আমেৰিকা ফিজিয়লজি বা মেডিচিল
২০০৯ আদা ই য়নাথ ইজৰাইল ৰসায়ন বিজ্ঞান
২০০৯ হার্টা মুলাৰ জার্মানী ৰোমানিয়া সাহিত্য
২০০৯ এলিনত অস্ত্ৰম আমৰিকা অর্থনীতি
২০১১ এলেন জনচন চিৰলিফ লাইবেৰিয়া শান্তি
২০১১ লেমা বৱি লাইবেৰিয়া শান্তি
২০১১ টাৱাখুল কামান য়েমেন শান্তি
২০১৩ এলিচ মুনৰো কানাডা সাহিত্য
২০১৪ মেৰি-ব্ৰিট মজাৰ নৰৱে ফিজিয়লজি বা মেডিচিল
২০১৪ মালালা য়ুচুফজাই পাকিস্থান শান্তি
২০১৫ টু ইউইউ চীন ফিজিয়লজি বা মেডিচিল
২০১৫ ভেটলানা আলেকজিবিচ বেলাৰুচ সাহিত্য
২০১৮ ডনা ষ্ট্ৰিক্টলেণ্ড কানাডা পদার্থ বিজ্ঞান
২০১৮ ফ্ৰান্সিস আর্ণল্ড আমৰিকা ৰসায়ন বিজ্ঞান
২০১৮ নাদিয়া মুৰাড ইৰাক শান্তি
২০১৮ অলগা টকাৰজুক পোলেণ্ড সাহিত্য
২০১৯ ইষ্টাৰ ডাফলো ফ্ৰান্স আমৰিকা অর্থনীতি
২০২০ এন্ড্ৰিয়া এম গেয আমেৰিকা পদার্থ বিজ্ঞান
২০২০ ইমানুৱেল চাৰপেণ্টি ফ্ৰান্স ৰসায়ন
২০২০ প্ৰফেচাৰ জেনিফাৰ ডোডনা আমেৰিকা
4,397 Comments