পুনৰ জামিন আবেদন খাৰিজ হ’ল বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ। বিগত ৮ অক্টোবৰৰ পৰা কাৰাগাৰত থকা আৰিয়ান পুনৰ যাব লাগিব মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰলৈ।