sangbad lahar logo

আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক ওপজা দিন ।

আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক ওপজা দিন। ৰাজ্যজুৰি স্মৰণ ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাক। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুধাকন্ঠৰ ওপজা দিন উপলক্ষে আয়োজন কৰা হৈছে বিভিন্ন অনুষ্ঠান।

ওপজা দিনটোত সমগ্ৰ অসমবাসীৰ গীত-মাত-কথাৰে স্মৰণ ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাক ।

পুৱাৰ পৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুখৰিত হৈছে মহান শিল্পীগৰাকীৰ সৃষ্টিৰাজিৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুধাকন্ঠৰ ওপজা দিন উপলক্ষে আয়োজন কৰা হৈছে বিভিন্ন অনুষ্ঠান।

উল্লেখ্য যে ২০১১ চনৰ ৫ নৱেম্বৰত ভূপেন হাজৰিকাৰ মৃত্যুৰ পিচৰে পৰা ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে তেওঁৰ জন্ম দিনটোক সমন্বয় দিৱস হিচাপে পালন কৰি আহিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *