ডিজিটেল ডেস্ক,১৭ মে’: ৰাজ্যৰ বলিষ্ঠ সাংবাদিক, মানৱ অধিকাৰ কৰ্মী, স্বপ্নদ্ৰষ্টা পৰাগ কুমাৰ দাসৰ আজি ২৪ সংখ্যক মৃত্যু বাৰ্ষিকী।১৯৯৬ চনৰ আজিৰ দিনটোতে আততায়ীৰ গুলিত প্ৰাণ হেৰুওৱা আপোচহীন সাংবাদিক পৰাগ কুমাৰ দাসক আমিও সুঁৱৰিছো গভীৰ শ্ৰদ্ধাৰে।