sangbad lahar logo

আজি সপ্তমী…

যা দেৱী সর্বভূতেষু মাতৃৰূপেন সংস্থিতা নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমো নমঃ– বছৰজোৰা অপেক্ষাৰ অন্তত আৰম্ভ হ’ল শাৰদীয় দুগোর্ৎসৱ৷ দুর্গতিনাশিনী দেৱী দুর্গাক আজি বেদীত প্রতিষ্ঠা কৰাৰ লগে লগে শদিয়াৰ পৰা ধুবুৰীলৈ সৰ্বত্ৰে দুর্গা পূজাৰ উখল-মাখল পৰিৱেশ৷ ঢাক-ঢোলৰ শব্দত মুখৰিত সমগ্র ৰাজ্য৷ ৰং-বিৰঙৰ আলোকসজ্জাৰে আলোকিত হৈ উঠিছে ৰাজ্য৷ ষষ্ঠীৰ বেদীত প্রতিষ্ঠা হ’ল শক্তিৰ অধিষ্ঠাত্রী দেৱী দুর্গা৷ পৰম্পৰাগতভাৱে দেৱীক প্রতিষ্ঠা কৰি বেলবোধনৰে পূজা-অর্চনা কৰা হয়৷ পৃথিৱীৰ পৰা যাতে অপায়-অমংগল, হিংসা-দুষ্কৃতি আদি দূৰ হৈ শান্তি প্রতিষ্ঠা হয় তাৰ বাবে প্রার্থনা কৰে প্ৰতিগৰাকী জনতাই৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *