sangbad lahar logo

আজি শাওঁন মাহৰ পহিলা দিন।

পবিত্ৰ শাওঁন মাহটোক হিন্দু ধৰ্মালম্বীসকলৰ আৰাধ্য দেৱতা শিৱৰ আৰাধনাৰ মাহ হিচাপে গণ্য কৰা হয় ৷ শিৱভক্ত সকলে পৱিত্ৰ মন্দিৰসমূহৰ পৰা পানী কঢ়িয়াই নি শিৱ মন্দিৰ শিৱ লিংগত পানী ঢালে ৷ এই কাৰ্য সম্পন্ন কৰাৰ উদ্দেশ্যে দেওঁবাৰে নিশাই মন্দিৰলৈ গৈ সোমবাবে পুৱতি নিশা শিৱ লিংগত পানী ঢালে। গেৰুৱা বস্ত্ৰ পৰিধান কৰি এই পুজা ভাগ আগবঢ়োৱা হয়।
শিৱক আৰাধনা কৰা এই যাত্ৰা ১৮৮০ চনৰ পৰা আৰম্ভ হয়। এই যাত্ৰাক কাৱৰ যাত্ৰা, আৰু ভক্তসকলক কাৱাৰিয়া বুলি কোৱা হয়। আজি শাওঁন মাহৰ প্ৰথমটো দিন। কাইলৈৰ অৰ্থাৎ দ্বিতীয়টো দিনৰ পৰা প্ৰত্যেক শিৱ মন্দিৰতে দেখিবলৈ পোৱা যাব ভক্তৰ ভীৰ।

Related Articles

2 Comments

  • semshutle , January 27, 2023 @ 6:00 am

    After 8 days of treatment, the number of colony forming cells was determined see below buy cheap finasteride Monitor Closely 1 enoxaparin and lornoxicam both increase anticoagulation

  • semshutle , January 31, 2023 @ 2:13 pm

    Hormonal therapy using progesterone derivatives is used extensively for any patient wanting to preserve fertility where to buy cialis cheap

Leave a Reply

Your email address will not be published. Required fields are marked *