sangbad lahar logo

আজি মোৰ বাবে এটা বিশেষ দিন । কিছুমান কাম কৰিবলৈ পালে অন্তৰে শান্তি পায় । জী উঠিবলৈ, সেউজীয়া হৈ থাকিবলৈ, সেউজীয়া কৰি ৰাখিবলৈ সাহস পাওঁ । এনেদৰে কন্ঠশিল্পীগৰাকীয়ে মনৰ ভাৱ প্ৰকাশ কৰিলে ছ’চিয়েল মিডিয়াত ।

 ধ্ৰুৱজ্যোতি দাস নামৰ এইগৰাকী প্ৰতিভাৱান যুৱকক সহায় কৰিবলৈ আগবাঢ়ি আহিল তেওঁ । প্ৰকাশ পালে ‘মৰম প্ৰকাশন’ৰ দ্বাৰা ধ্ৰুৱৰ ‘এমুঠি হৃদয়ৰ কবিতা’ । ধ্ৰুৱৰ এইখন চতুৰ্থ কবিতা সংকলন । উপস্হিত থাকিল সংবাদজগতৰ গণ্য মান্য ব্যক্তিসকলৰ লগতে বিশিষ্ট লেখক সকল ।

Related Articles