sangbad lahar logo

আজি মুকলি কৰা হ’ব ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেতু…

আজি শুভ উদ্বোধন হ’ব দিছপুৰত নিৰ্মিত প্ৰায় ডেৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণীয়া সেতুখন। ইয়াৰ লগে লগে ৰাজ্যৰ প্ৰশাসনৰ প্ৰাণকেন্দ্ৰ দিছপুৰত হ্ৰাস পাব যানযতৰ সমস্যা।৩ বছৰ নিৰ্মাণ সময় নিৰ্ধাৰণ কৰা এই উৰণীয়া সেতু নিৰ্মাণ কৰি উলিওৱা হৈছে মাত্ৰ ১৯ মাহত। উৰণীয়া সেতুখনৰ নিৰ্মাণ ব্যয় প্ৰায় ১৫০ কোটি টকা।

Related Articles

1 Comment

  • casino online , March 8, 2023 @ 2:27 pm

    I’ve been searching for hours on this topic and finally found your post. casino online, I have read your post and I am very impressed. We prefer your opinion and will visit this site frequently to refer to your opinion. When would you like to visit my site?

Leave a Reply

Your email address will not be published. Required fields are marked *