sangbad lahar logo

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৩সংখ্যক তিৰোভাৱ তিথি।

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৩সংখ্যক তিৰোভাৱ তিথি। ৰাজ্যজুৰি পালন গুৰুজনাৰ তিৰোভাৱ তিথি। হৰিনামৰ অমৃত ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ সত্ৰ, নামঘৰ, কীৰ্তন ঘৰসমূহ। আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে ৰাজ্যৰ চৌদিশে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *