ঢকুৱাখনা সমষ্টি যুৱ কংগ্ৰেছৰ নেতৃত্বত তথা ঘিলামৰা ব্লক যুৱ কংগ্ৰেছৰ উদ্যোগত আয়োজন কৰা হয় এই কাৰ্যসূচী ।
কাৰ্যসূচীৰ পতাকা উত্তোলন কৰে ঢকুৱাখনা সমষ্টি যুৱ কংগ্রেছৰ সভাপতি লক্ষ্যনাথ নাটে ।
কাৰ্যসূচীত উপস্থিত থাকে ঘিলামৰা ব্লক যুৱ কংগ্রেছ কমিটিৰ সভাপতি দেৱজিৎ হাজৰিকা, সম্পাদক মণজিৎ সন্দিকৈ তথা যুৱ কংগ্ৰেছৰ সম্পাদক দীপাংকৰ দাস, সেৱা দলৰ মুখ্য অধিনায়ক ৰজত দাসকে প্ৰমুখ্য কৰি ভালেসংখ্যক কংগ্ৰেছকৰ্মী ।