
নিউজ ডেস্কঃ আজি বিশ্ব হাৰ্ট দিৱস ।বিশ্ব হাৰ্ট দিৱস উপলক্ষে আমিনগাওঁ নাৰায়ণা ছুপাৰ স্পিচিয়েলিটি হাস্পাতালে গ্ৰহণ কৰিছে অভিনৱ পদক্ষেপ ।সপ্তাহৰ প্ৰতি বুধবাৰে হৃদৰোগীৰ বিনামূলীয়া চিকিৎস্যা শিবিৰৰ ব্যবস্থা কৰিছে নাৰায়ণা চুপাৰ স্পেচিয়েলিটি হাস্পতালে।আৰ্থিকভাৱে দুৰ্বল ৰোগীক পৰীক্ষা নিৰিক্ষা সহিতে বিনামূলীয়াকৈ চিকিৎস্যা প্ৰদানৰ বাবে এই পদক্ষেপ গ্ৰহন কৰা হৈছে।কেক কাটি দিনযোৰা কাৰ্যসূচীৰে হাৰ্ট দিৱস উদযাপন আমিনগাওঁ নাৰায়ণা ছুপাৰ স্পিচিয়েলিটি হাস্পাতালৰ ।হৃদ ৰোগৰ বিষয়ে সজাগতা কৰাৰ বাবে এই সজাগতা শিবিৰ ।