আজি পুৱা ৭ বাজি ৩০ মিনিটৰ পৰা শান্তিপূৰ্ণ ভাবে অনুষ্ঠিত হৈছে ভোটদান …

আজি পুৱা ৭ বাজি ৩০ মিনিটৰ পৰা শান্তিপূৰ্ণ ভাবে অনুষ্ঠিত হৈ ঢেকীয়াজুলি ৰাজহ চক্ৰ এলেকাৰ ১ নং পিৰাকটা প্ৰাথমিক বিদ্যালয়ৰ ৪ টাকৈ ভোট কেন্দ্ৰত ভোটদান ৷ উল্লেখ্য যে আজি ২০২৫ চনৰ প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন ৷ সেয়েহে আজি পুৱাৰে পৰা প্ৰতিটো ভোট কেন্দ্ৰতে অনুষ্ঠিত হৈছে ভোটদান ৷ অন্যান্য ভোট কেন্দ্ৰ সমূহৰ সমান্তৰালভাৱে ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ ১ নং পিৰাকটা প্ৰাথমিক বিদ্যালয়ত আজি পুৱাৰে পৰা শান্তিপূৰ্ণ ভাবে অনুষ্ঠিত হৈছে ভোটদান।