
এই মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰে উদযাপন কৰিব দেশভক্তি দিৱস,
চৰকাৰে অনুষ্টুপীয়াকৈ গুৱাহাটী মহানগৰৰ ভৰলুমুখত থকা দেশভক্ত তৰণ ৰাম ফুকন উদ্যানত অনুষ্ঠিত কৰিব বিশেষ অনুষ্ঠান,
এই অনুষ্ঠানতে ৰাজ্য চৰকাৰে দেশভক্তৰ পৰিয়ালৰ কেইবাজনো ব্যক্তিক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনাব,
অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, তথ্য আৰু জনসংযোগ, জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকা,
লগতে অনুষ্ঠানত উপস্থিত থাকিব সংবাদ মাধ্যমৰ নিৰ্দিষ্ঠি কেইজনমান ব্যক্তিৰ সৈতে কেইজনমান বিশিষ্টি অতিথি।